• Call Us9101372421
  • Login

২০২৩-২৪ শিক্ষা বৰ্ষৰ পাঠদানসমূহ অহা ইং 26-04-2023 তাৰিখৰ পৰা আৰম্ভ হ'ব

শংকৰদেৱ শিশু নিকেতন ঘিলামৰাৰ ২০২৩-২৪ শিক্ষা বৰ্ষৰ পাঠদানসমূহ অহা ইং 26-04-2023 তাৰিখৰ পৰা ৰাতিপুৱা ৯:০০ বজাত আৰম্ভ হ'ব। গতিকে নিৰ্দিষ্ট সময়ত ছাত্ৰ-ছাত্ৰীসকল বিদালয়ত উপস্থিত থকাটো বাধ্যতামূলক।

আদেশানুক্ৰমে
প্ৰধান আশ্চৰ্য